বিহু উদযাপনৰ ধন আৰ্তজনৰ চিকিৎসাত ব্যয়

News18 Assam 2019-05-13

Views 1

বেদান্তৰ চিকিৎসাৰ বাবে গাঁৱৰ লোকসকল একগোট হয় বিভিন্ন স্থানৰ পৰা টকা সংগ্ৰহ কৰিলে ৷ গাঁৱত প্ৰতিবছৰে অনুষ্ঠিত কৰা বিহু সন্মিলনৈ সংগ্ৰহ কৰা টকাও প্ৰদান কৰিলে বেদান্তৰ চিকিৎসাৰ বাবে৷

Share This Video


Download

  
Report form
RELATED VIDEOS