পুত্ৰই মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰাত আনন্দিত ৰামেশ্বৰ তেলীৰ মাতৃ

News18 Assam 2019-05-31

Views 1

ডিব্ৰুগড়ৰ পৰা একেৰাহে দ্বিতীয়বাৰলৈ সাংসদৰূপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে মোদী কেবিনেটত স্থান লাভ কৰাত এতিয়া উৎফুল্লিত তেলীৰ পৰিয়াল।

Share This Video


Download

  
Report form
RELATED VIDEOS