ছয়গাঁৱত নগ্ন হৈ নাচিবলৈ শিল্পীক ধমক, কি ক’লে ভুক্তভোগী যুৱতীয়ে?

News18 Assam 2019-06-09

Views 1

মহিলা শিল্পীসকলক নগ্ন নৃত্য প্ৰদৰ্শন কৰিবলৈ ধমকি দিছিল একাংশই। নগ্ন নৃত্য নকৰিলে শিল্পীৰ দলটোক হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল। উত্তেজিত শ শ দৰ্শকৰ মাজত অসহায় হৈ পৰিছিল দলটো। ঘটনা সন্দৰ্ভত দুজনক আটক কৰে আৰক্ষীয়ে।

Share This Video


Download

  
Report form
RELATED VIDEOS