১০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ NRCৰ দুই কৰ্মচাৰী

News18 Assam 2019-06-13

Views 1.2K

NRCত নাম অন্তৰ্ভুক্তিৰ নামত বিচাৰিছিল উৎ‍‍কোচ। ধৃত সহঃ স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চৈয়দ চাহজাহানো। 

Share This Video


Download

  
Report form
RELATED VIDEOS