Video: গুৱাহাটীলৈ অনা হ’ল নিকুমণি কাকতিৰ নশ্বৰদেহ

News18 Assam 2019-06-15

Views 3K

ইণ্ডিগৰ কাৰ্গো বিমানেৰে বৰঝাৰলৈ অনা হ’ল মৃতদেহ। ইউক্ৰেইনৰ সাগৰত সলিলসমাধি ঘটিছিল নিকুমণিৰ। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল ২৩ বছৰীয়া নিকুমণি।

Share This Video


Download

  
Report form
RELATED VIDEOS