অসমৰ কলেজত TikTok বনাই নাচি থাকোতেই বহিষ্কৃত হ’ল দুই ছাত্ৰ–ছাত্ৰী, চাওক সেই Tiktok video

News18 Assam 2019-10-31

Views 11

কলেজৰ ভিতৰত ইউনিফৰ্ম পৰিধান কৰি Tiktok Video বনাই বহিষ্কৃত হ’ব লগীয়া হ’ল সোণাৰি মহাবিদ্যালয়ৰ দুই শিক্ষাৰ্থী। পিছে  মানৱতাৰ খাতিৰত এই ছাত্ৰ-ছাত্ৰীদ্বয়ক পৰীক্ষাত বঢ়াৰ অনুমতি প্ৰদান মহাবিদ্যালয় কৰ্তৃপক্ষৰ।

Share This Video


Download

  
Report form
RELATED VIDEOS