Five Important life lessons form 'Dil Bechara'। পাঁচটা অতুলনীয় শিক্ষা 'দিল বেছে_HD

Everything Of Life 2020-08-11

Views 2

পাছটা‌ অতূলনীয় শিক্ষা "দিল বেছেৰা" ছবি খনৰ পৰা।

Five Important Life Lesson from "Dil Bechara."

দিল বেছেৰা ছবি খনে Love, Hope, আৰু Loses ৰ ওপৰত ধূনিয়াকৈ Represent কৰিছে।

Sushant Singh Rajput গুছি যোৱাৰ বাবে এই ছবিখনে আমাৰ সকলোৰে ওপৰত এক বিশেষ sentimental Value creat কৰা দেখা গৈছে।

এই Vedio টোত ছবিখনৰ জৰিয়তে পোৱা কেইটামান জীৱন শিক্ষাৰ (Life Lessons) ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

Lesson No.1 - সদায় হাহি থকা

ছবিখনত Sushant ৰ চৰিত্ৰটোয়ে যিকোনো কঠিন পৰিস্থিতিকে নিজৰ Humour দ্বাৰা পাতল কৰি দিয়ে- অৰ্থাৎ এইটো বুজা উচিত যে আমাৰ জীৱনলৈ অহা কঠিন পৰিস্থিতিবোৰতো যদি অ'কমান Humour ঢালিব পৰা যায় তেতিয়া হ'লে জীৱন কিছু সহজ পৰে।

Manny ৰ জীৱনটো বহুত সমস‌্যাৰে আগুৰা আছিল, Cancer ৰ বাবে এখন ভৰিও হেৰুৱাইছিল Manny য়ে, তথাপিও Manny সদায় হাহিব এৰা নাছিল - Usually এনে Incident যদি আন কাৰোবাৰ লগত হ'ল হয় তেন্তে তেওঁৰ জীৱন টো সমস্যাৰে ভাগি পৰা দেখা গ'ল হয়।
Manny চৰিত্ৰটোৰ জৰিয়তে জীৱনক কিছু বেলেগ দৃষ্টিভংগীৰে দেখুৱাব প্ৰয়াস কৰা হৈছে।

Kizzie ও নিজৰ দৈনিন্দিন তালিকা খনক লৈ অসয্য হৈ পৰিছিল কিন্তু Manny ৰ আগমনে Kizzie ৰ জীৱনটোও আনন্দৰে ভৰাই তুলিছিল।

ঠিক এনেদৰেই আমাৰ জীৱন বোৰটো যেতিয়াই সমস্যাই entry মাৰে তেতিয়া আমিও অ'কমান হাহিব প্ৰয়াস কৰাটো উচিত, কিয়নো সমস্যা কেতিয়ালৈ আতৰ হ'ব আমিতো নেজানো। কিন্তু যদিহে অ'কমান হাহিব পাৰো তেতিয়া হয়টো দিন বিলাক অতিবাহিত কৰাত কিছু
সকাহ হ'ব।

Lesson No.2 - জীৱটো ভৰপূৰ উপভোগ ‌কৰা

Manny ৰ চৰিত্ৰটোয়ে জীৱন টোক ভৰপূৰ উপভোগ কৰাত গুৰুত্ব দিয়ে - যেতিয়া তেওঁৰ Dance কৰিব মন গৈছিল তেতিয়া College Function ত আগে-ভাগে Dance কৰা Start কৰি দিয়ে - ইয়াৰ ওপৰিও বন্ধুজনে নিৰ্মাণ কৰা চলচিত্ৰ খনতো অভিনয় কৰা দেখা যায়।

এই সকলোবোৰ কথাৰ জৰিয়তে জীৱনক লৈ Manny ৰ Philosophy তো দেখুৱাব প্ৰয়াস কৰা হৈছে।

আমিও যেতিয়া জীৱনৰ কিবা কঠিন পৰিস্থিতিত ব্যস্ত হৈ পৰো তেতিয়া নিজৰ সপোনবোৰৰ ভৱা বন্ধ কৰি দিওঁ, নতুবা সপোনবোৰ ভৱিষ্যতৰ বাবে ঠেলি দিওঁ, কিন্তু আমি সকলোৱে ভৱিষ্যতত আমি নিজৰ সপোনবোৰৰ বাবে কোনোদিনে সময় উলিয়াব নোৱাৰোঁ।


Lesson No.3 - জীৱনৰ প্ৰতি কেতিয়াও আশা এৰি দিব নালাগে।

Dil Bechara চবিত আশাৰ Narrative টোৱে এটা বিশেষ ভুমিকা পালন কৰিছে - Kizzie ৰ জীৱনত Manny এটা আশাৰ সঞ্চাৰ হৈ আহিছিল পিছত যেতিয়া Manny নিজেই কঠিন পৰিস্থিতিত পৰিছিল তেতিয়া Kizzie য়ে Manny ৰ বাবে সকলোতকৈ ডাঙৰ আশাৰ কাৰন হৈ পৰিছিল।

জীৱনত এনেকুৱা বহুত কঠিন সময় আহে যেতিয়া আমি আশা বাদ দি পেলাওঁ, কিন্তু সেইখিনি সময়তো মনত অলপ আশা ৰখাটো অতিশয় প্ৰয়োজন। কিয়নো সদায় কঠিন সময় নাথাকিবও টো পাৰে, ইয়াৰ উপৰিও আমাৰ ওচৰত থকা ব্যক্তি সকলকো তেখেত সকলোৰ কঠিন সময়ত তেওঁলোকক আশা দিয়াটো প্ৰয়োজন। কিয়নো অ'কমান সাথ দিয়াৰ বিনিময়ত কি ঠিক তেওঁলোকৰ জীৱনৰ ধাৰায়ে সলনি হৈ যায়।

Lesson No. 4 - প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ জীৱনৰ বাবে একো একোজন যোদ্ধা।

জীৱনত আমি যিমানেই যি নকৰোঁ কিয় কিন্তু কিবা নহয় কিবা সমস্যা আহি থাকিবয়ে, কিন্তু ইয়াক Negatively নলৈ এইটো ‌বুজি ল'ব লাগে যে মানৱ জীৱনৰ ধৰ্ম অনুযায়ী আমি কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হৈ সদায় থাকিব লিগিব। ছবিখনতো আটাইকেইজন চৰিত্ৰ ই নিজৰ নিজৰ ব্যক্তিগত জীৱনত একোখনকৈ যুদ্ধ কৰিয়ে থকা দেখা যায়।
Kizzie ৰ বেমাৰৰ বাবে শাৰীৰিক ব্যৰ্থতায়ে হওঁক বা Kizzie ৰ Parents ৰ বাবে Kizzie ক জীয়াই ৰখাৰ বাবে চলাই থকা যুদ্ধখনৰ কথাই হওঁক নাইবা Manny

Share This Video


Download

  
Report form
RELATED VIDEOS