গোৱালপাৰাত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ; গুৰুতৰভাৱে আহত এজন

ETVBHARAT 2025-01-07

Views 0

গোৱালপাৰাৰ ভাটিপাৰাত অঘটন । তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত এজন ।

Share This Video


Download

  
Report form
RELATED VIDEOS