এইবাৰ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষী; আবদ্ধ আৰক্ষীৰ দলক উদ্ধাৰ

ETVBHARAT 2025-01-08

Views 0

নাগালেণ্ডত ১৫ ঘণ্টা ধৰি অসম আৰক্ষীক আবদ্ধ কৰি ৰাখে নগা দুৰ্বৃত্তই । নগাৰ আক্ৰমণত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আৰক্ষী জোৱান ।

Share This Video


Download

  
Report form
RELATED VIDEOS