উৰুকাৰ বজাৰত উভৈনদী মাছ; ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধে বিধে মাছ

ETVBHARAT 2025-01-13

Views 0

আজি মাঘ বিহুৰ উৰুকা । মাছে-মঙহে এসাঁজ উদৰ পূৰাই খোৱাৰ পৰম্পৰা এই ভোগালী বিহুত । তাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত উভৈনদী হৈ পৰিছে বিভিন্ন ওজনৰ বিধে বিধে মাছ ।

Share This Video


Download

  
Report form
RELATED VIDEOS