ৰঙানদীৰ দূষিত পানীত জলজ প্ৰাণীৰ অপমৃত্যু; পানী দূষিত হোৱাৰ আঁৰত নীপকো ?

ETVBHARAT 2025-01-15

Views 5

লখিমপুৰৰ ৰঙানদীত জলজ প্রাণীৰ অপমৃত্যু । দূষিত হৈছে নৈৰ পানী । নীপকো প্ৰকল্পৰ জলাধাৰৰ গেদ মোকলাই দিয়াৰ বাবে পানী দূষিত হোৱাৰ সন্দেহ ।

Share This Video


Download

  
Report form
RELATED VIDEOS