শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ গুৰু আসন প্ৰতিষ্ঠা

ETVBHARAT 2025-01-19

Views 14

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন । ১৫ হাজাৰ ভক্তই একেলগে গ্ৰহণ কৰিব পাৰিব খাদ্য় ।

Share This Video


Download

  
Report form
RELATED VIDEOS