নাৰেংগীত ডিমাছা জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ "বিচু ডিমা" উৎযাপন

ETVBHARAT 2025-01-20

Views 1

Intro:.....Body:গুৱাহাটী,১৯জানুৱাৰী:ৰাজ্যৰ অন্যতম পার্বত্য জনগোষ্ঠী তথা ভূমিপুত্র ডিমাছা লোকসকলৰ পবিত্ৰ উৎসৱ হৈছে "বিচু ডিমা" উৎসৱ।গুৱাহাটী,ডিমাছা ও'মেন ফ'ৰাম আৰু ডিমাছা student's community গুৱাহাটীৰ উদ্দোগত দেওবাৰে নাৰেঙ্গী ক্ৰীয়া সন্থাৰ খেলপথাৰ প্ৰাংগনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৃষি ভিত্তিক উৎসৱ "বিচু ডিমা" উৎযাপন কৰে।সেই উপলক্ষে আজি পুৱাৰ পৰা নিশাৰ ভাগলৈ ডিমাছা জনগোষ্ঠী লোকসকলেপৰম্পৰাগত নৃত্য-গীতপৰিবেশনৰে অনুষ্ঠান জীপাল কৰি তোলে।উৎসৱস্থলীত ডিমাছা সকলৰ সাচ-পোছাক,খাদ্য বিপনী, হস্তশিল্প আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ লগতেদিনৰ ভাগত বিভিন্ন থলুৱা খেল-ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।সাংস্কৃতিক অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লচাও অংশগ্ৰহণ কৰে।নিশাৰ ভাগত গীত মাত নৃত্যৰে "বিচু ডিমা" উৎসৱৰ সামৰণি পৰে।Byte:সমিতিৰ বিষ়ববীয়াConclusion:......

Share This Video


Download

  
Report form
RELATED VIDEOS