যুৱতীক প্ৰহাৰ কৰি ৰঙাঘৰ পালেকৈ জাতীয় সংগঠনৰ সদস্য

ETVBHARAT 2025-01-20

Views 10

যোৰহাটত শিহৰণকাৰী ঘটনা ! যুৱতীক চুলি ধৰি চোচৰাই চোচৰাই প্ৰহাৰ নামধাৰী জাতীয় সংগঠনৰ পৰিচয় দিয়া যুৱকৰ ! যুৱতীক ৰক্ষা কৰিবলৈ অহা পাণ দোকানী ৰাজহুৱা ক্ষমা বাধ্য কৰালে সংগঠনৰ যুৱকে ৷

Share This Video


Download

  
Report form
RELATED VIDEOS