কুকুৰে কামুৰিলে প্ৰথমে কি কৰা উচিত ? বিশেষজ্ঞৰ পৰাই জানি লওক

ETVBHARAT 2025-01-23

Views 27

জলাতংক ৰোগৰ পৰা ৰক্ষা পাবলৈ প্ৰথমতে কি কৰিব লাগে ? কোনটো পৰ্যায়ত ভেকচিন লোৱাটো উচিত, এই সন্দৰ্ভত কি ক’লে পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে-

Share This Video


Download

  
Report form
RELATED VIDEOS