গৌৰৱ গগৈৰ বাবেই বিৰোধী একত্ৰিত হ'ব পৰা নাই: শেল এৰিলে অখিল গগৈয়ে

ETVBHARAT 2025-04-19

Views 1

ভূপেন বৰাৰ নিৰ্দেশৰ পিছতো গৌৰৱ গগৈৰ কথা মতেই মিত্ৰতা নকৰিলে কংগ্ৰেছে । ২০২৬ ত নাজিৰাত ৰাইজৰ দলে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ।

Share This Video


Download

  
Report form
RELATED VIDEOS