মহিলাক অসন্মান নকৰিবলৈ মুখ্যমন্ত্রীক কঠোৰ সকীয়নি মহিলা কংগ্ৰেছৰ

ETVBHARAT 2025-04-29

Views 2

মুখ্যমন্ত্রীয়ে কংগ্ৰেছৰ দিনত 'নকৰিবলগীয়া কাম কৰি' ছোৱালীবোৰে চাকৰি পাইছিল বুলি কৰা মন্তব্য়ৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

Share This Video


Download

  
Report form
RELATED VIDEOS