বহুবল্কী আমিনুলক জে'ললৈ: পহলগামৰ নৃশংস ঘটনাক লৈ কৰিছিল বিতৰ্কিত মন্তব্য

ETVBHARAT 2025-04-29

Views 39

শুক্ৰবাৰে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছিল আমিনুল ইছলামক । আজি পুনৰ হাজিৰ কৰোৱা হয় নগাঁও আদালতত ।

Share This Video


Download

  
Report form
RELATED VIDEOS