লাখ লাখ টিলিঙাৰে ভৰি থকা অসমৰ মন্দিৰটোলৈ আহিছে নে আপুনি

ETVBHARAT 2025-05-15

Views 15

ডিব্ৰুগড়-তিনিচুকীয়াৰ সীমান্ত বৰডুবিত আছে ৬০ বছৰ পুৰণি টিলিঙাৰে ভৰপূৰ মন্দিৰ । এজোপা বটগছ আৰু শিৱ লিংগক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল এই টিলিঙা মন্দিৰটো ।

Share This Video


Download

  
Report form
RELATED VIDEOS