এজন কলেজীয়া ছাত্ৰৰ দুটা মেছেজে কান্দোনৰ ৰোল তুলিছে এটা পৰিয়ালত

ETVBHARAT 2025-05-17

Views 10

কলেজলৈ ঘৰৰ পৰা ওলাই যোৱা পাছৰে পৰা সন্ধানহীন ছাত্ৰ । মাতৃৰ ফোনলৈ আহিছে দুটা ৰহস্যজনক মেছেজ । আৰক্ষীৰ সহায় বিচাৰি থানাত উপস্থিত পৰিয়াল ।

Share This Video


Download

  
Report form
RELATED VIDEOS