জলসম্পদ বিভাগৰ অভিযন্তাইও নামভৰ্তি কৰিব আই আই টিত;কিন্তু কিয় ?

ETVBHARAT 2025-05-23

Views 1

দুবছৰীয়া অনলাইন পাঠ্যক্ৰমৰ বাবে বছৰি ২০ গৰাকীকৈ জলসম্পদ বিভাগৰ অভিযন্তাই আই আই টি গুৱাহাটীত নামভৰ্তি কৰিব । এই সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS