অসমীয়া ছবিৰ সোণোৱালী গাথা লৈ ছবিগৃহত ‘ভাইমন দা’

ETVBHARAT 2025-05-24

Views 46

মুক্তিলাভ কৰিলে অসমীয়া ছবি ‘ভাইমন দা’ই ৷ ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে চলি থকাৰ সমান্তৰালকৈ বহিঃৰাজ্যতো কেইবাটাও ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে ৷

Share This Video


Download

  
Report form
RELATED VIDEOS