হঠাৎ গঁড়ৰ উঠিল খং; খড়্গৰে দাঙি পৰ্যটকৰ জীপ ওলোটাবলৈ চেষ্টা এশিঙীয়াৰ

ETVBHARAT 2025-05-30

Views 7

মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ খং উঠিল । পৰ্যটকৰ জীপত চলালে আক্ৰমণ । কথমপি প্ৰাণৰক্ষা পৰিল পৰ্যটকৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS