কেবিনেটৰ সিদ্ধান্তৰ তিনি বছৰ পিচতো নহ'ল পকী দলং, বিচ্ছিন্ন যোগাযোগ

ETVBHARAT 2025-06-01

Views 1

২০২২ ত যোৰহাটত অনুষ্ঠিত কেবিনেটত জাঁজীমুখৰ উত্তৰপাৰ সংযোগী এখন দলং নিৰ্মাণৰ ঘোষণা কৰা হৈছিল । আজিও ৰাইজে বাট চাইছে আশাৰে ।

Share This Video


Download

  
Report form
RELATED VIDEOS