প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা লৈ লাডাখৰ সৰ্বোচ্চ শিখৰলৈ দুঃসাহসিক চাইকেল যাত্ৰা অসমৰ যুৱকৰ

ETVBHARAT 2025-06-13

Views 3

গাঁঠিৰ ধন খৰচ কৰি পৰিৱেশ সুৰক্ষাৰ সজাগতাৰে মেৰাপানীৰ পৰা লাডাখলৈ যাত্ৰা ৰূপম গগৈৰ । এই যাত্ৰাৰ বাবে প্ৰয়োজন হ'ব চাৰিৰ পৰা পাঁচ মাহ সময় ।

Share This Video


Download

  
Report form
RELATED VIDEOS