উৎকোচ লোৱা দৃশ্য় মোবাইলত বন্দী, আটক জিলা পৰিষদৰ কৰ্মচাৰী

ETVBHARAT 2025-06-15

Views 7

পেঞ্চনৰ ফাইলৰ কাম আগবঢ়োৱাৰ নামত লৈছিল ৭০ হাজাৰ টকা । তাৰ পিচতেই আৰক্ষীৰ জালত এগৰাকী কৰ্মচাৰী ।

Share This Video


Download

  
Report form
RELATED VIDEOS