শিক্ষাৰ্থীৰে ভৰা নাও জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত, কেইবাগৰাকীও সন্ধানহীন

ETVBHARAT 2025-06-19

Views 12

চৰাঞ্চলৰ পৰা ১০০ ৰো অধিক যাত্ৰী লৈ গৈ আছিল যন্ত্ৰচালিত নাওখন । বেছিসংখ্যকে স্কুলীয়া শিক্ষাৰ্থী । সন্ধানহীনসকলৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান ।

Share This Video


Download

  
Report form
RELATED VIDEOS