চোৰৰ লক্ষ্য চৰকাৰী কাৰ্যালয়, এসপ্তাহত একেটা কাৰ্যালয়তে তিনিবাৰকৈ চাফাই অভিযান

ETVBHARAT 2025-06-24

Views 4

কোনো লোকৰ বাসগৃহ নহয়, নহয় ধৰ্মীয় অনুষ্ঠান । চৰকাৰী কাৰ্যালয়তে এসপ্তাহত তিনিবাৰকৈ চলিল চোৰৰ চাফাই অভিযান ।

Share This Video


Download

  
Report form
RELATED VIDEOS