সংবিধানৰ পৰা 'ধৰ্মনিৰপেক্ষতা' আৰু 'সমাজবাদ' শব্দ দুটা উঠাই দিয়াৰ দাবী মুখ্যমন্ত্ৰীৰ

ETVBHARAT 2025-06-28

Views 5

"হিমন্ত বিশ্ব শৰ্মা ধৰ্মনিৰপেক্ষ নহয় । আধ্যাত্মিক ৰাষ্ট্ৰ এখনত ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটোৱেই অমূলক ।" মুকলিকৈয়ে ক'লে মুখ্যমন্ত্ৰীয়ে ।

Share This Video


Download

  
Report form
RELATED VIDEOS