বৰলুইতৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে সাজু হওক; শীঘ্ৰে মুকলি হ'ব উজান বজাৰ উদ্যান

ETVBHARAT 2025-07-11

Views 53

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত প্ৰায় ৩০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা উদ্যানখন ছেপ্টেম্বৰৰ শেষত বা অক্টোবৰৰ আৰম্ভণিতে মুকলি হোৱাৰ সম্ভাৱনা আছে ।

Share This Video


Download

  
Report form
RELATED VIDEOS