জিকাৰ সম্ভাৱনা থকা সমষ্টি অগপই নিশ্চয় বিচাৰিব: অতুল বৰা

ETVBHARAT 2025-07-20

Views 0

অগপৰ ভেটী শক্তিশালী কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে ঘুৰিছে অতুল বৰা-কেশৱ মহন্ত । তৃণমূল পৰ্যায়ত হোৱা অসন্তুষ্টিক নস্যাৎ দুই মন্ত্ৰীৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS