ধেমাজিত আকৌ আহিল বান, প্লাৱিত কেইবাখনো গাঁও

ETVBHARAT 2025-07-20

Views 4

দ্বিতীয়টো বানৰ কৱলত ধেমাজি । গাই নদীত ভয়াবহভাৱে বৃদ্ধি পাইছে জলস্তৰ । বাঢ়নী পানীয়ে উটুৱাই নিলে পথৰ এটা অংশ ।

Share This Video


Download

  
Report form
RELATED VIDEOS