ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নলবাৰী ৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্যৰ

ETVBHARAT 2025-07-24

Views 5

পঞ্চভূতত বিলীন হ'ল শিক্ষাবিদ, সাহিত্যিক, সমালোচক, নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য । নলবাৰী ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ।

Share This Video


Download

  
Report form
RELATED VIDEOS