বনৌষধিৰ সম্ৰাটৰ মৃত্যুৰ লগে লগেই যেন সকলো শেষ...

ETVBHARAT 2025-07-24

Views 9

ৰাজ্যৰ বিশিষ্ট বনৌষধি বিশেষজ্ঞ প্ৰয়াত ড৹ গুণাৰাম খনিকৰৰ কথা আপুনি জানেনে ? তেওঁ স্থাপন কৰা খনিকৰ বনৌষধিৰ উদ্যান আৰু সংগ্ৰহালয়ৰ বৰ্তমানৰ অৱস্থা কি ?

Share This Video


Download

  
Report form
RELATED VIDEOS