চাহ বাগিচাৰ নলাত উদ্ধাৰ ধৰ্ষণ কৰি হত্যা কৰা নাবালিকাৰ মৃতদেহ, উদ্ধাৰ নৱজাতক

ETVBHARAT 2025-08-10

Views 7

সাত বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰি পেলাই দিয়া হ'ল বাগিচাৰ নলাত । চাহ বাগিচাত উদ্ধাৰ নৱজাতক । থানা ঘেৰাও উত্তেজিত জনতাৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS