ছৈয়দা হামিদে জ্বলোৱা জুইকুৰাৰ দায়িত্ব নলয় অসম নাগৰিক সমাজে

ETVBHARAT 2025-08-25

Views 2

গুৱাহাটীত অনুষ্ঠিত নাগৰিক সমাজৰ সভাৰ শেষত সংবাদ মাধ্যমৰ সন্মুখত মানৱ অধিকাৰ কৰ্মী ছৈয়দা হামিদে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম নাগৰিক সমাজে ।

Share This Video


Download

  
Report form
RELATED VIDEOS