সুধাকণ্ঠ জন্ম শতবৰ্ষ : ১৩ ছেপ্টেম্বৰত অসমলৈ প্ৰধানমন্ত্ৰী, সুধাকণ্ঠ বিশেষ স্মৃতি মুদ্ৰা মুদ্ৰণৰ বাবে কেন্দ্ৰৰ অধিসূচনা জাৰি

ETVBHARAT 2025-08-27

Views 6

১৩ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী । সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা মুদ্ৰণৰ বাবে কেন্দ্ৰৰ অধিসূচনা জাৰি ৷

Share This Video


Download

  
Report form
RELATED VIDEOS