এসপ্তাহৰ ভিতৰত পথৰ নিৰ্মাণ সম্পূৰ্ণ নহ'লে জংগী আন্দোলনৰ হুংকাৰ আছুৰ

ETVBHARAT 2025-08-30

Views 0

নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈ উৰণসেতু নিৰ্মাণকাৰ্য চলি থকাৰ ফলত সৰ্বসাধাৰণ ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে । পথছোৱাৰে খোজকাঢ়ি যাব নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে ।

Share This Video


Download

  
Report form
RELATED VIDEOS