এমাহৰ ভিতৰতে আকৌ বিতৰ্কৰ মাজত GMCH, এইবাৰ নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন

ETVBHARAT 2025-08-31

Views 3

GMCH-ত নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে এটা পৰিয়ালে ৷ কিন্তু ভুক্তভোগী পৰিয়ালটোৰ বিপৰীতে মন্তব্য কৰিছে অধীক্ষক দেৱজিৎ চৌধুৰীয়ে ৷

Share This Video


Download

  
Report form
RELATED VIDEOS