দেৱৰগাঁৱত হ'ব ৱাটাৰলু যুদ্ধ ! এটা সময়ত একেডাল নলীৰে পানী যোৱা খাম্পা-হাগ্ৰামা আজি সমুখ সমৰত

ETVBHARAT 2025-09-01

Views 2

হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিবলৈ দেৱৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে । মনোনয়ন দাখিল কৰি পুনৰ চৰকাৰ গঠনৰ দাবী প্ৰমোদ বড়োৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS