দুই প্ৰাক্তন বিধায়কৰ দলত্যাগ : পদুম এৰিলে বিনন্দই, হাতীৰ পৰা নামিল সত্যব্ৰত

ETVBHARAT 2025-09-03

Views 13

কংগ্ৰেছ দলত যোগদানৰ সম্ভাৱনা বিনন্দ কুমাৰ শইকীয়াৰ । সত্যব্ৰত কলিতাই অসম জাতীয় পৰিষদত যোগদানৰো চৰ্চা চলি আছে ।

Share This Video


Download

  
Report form
RELATED VIDEOS