বছৰত এটাকৈ কণী পৰা শগুন সংৰক্ষণ হ'ব কেনেকৈ ? কি কয় পশু চিকিৎসকে ?

ETVBHARAT 2025-09-06

Views 145

আজি আন্তৰ্জাতিক শগুন সজাগতা দিৱস । এই বিশেষ দিনটোতে শগুনৰ সংখ্যা কিয় কমিছে, কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ পৰামৰ্শ দিলে এগৰাকী পশু চিকিৎসকে ।

Share This Video


Download

  
Report form
RELATED VIDEOS