তিনিদিনীয়া কাৰ্যসূচীৰে জ্যোতি চিত্ৰবনত 'Soul' তথ্য-চিত্র ছবি সমাৰোহ

ETVBHARAT 2025-09-15

Views 5

জ্যোতিচিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 'Soul' তথ্য-চিত্র ছবি সমাৰোহ । সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব এই মহোৎসৱৰ।

Share This Video


Download

  
Report form
RELATED VIDEOS