নীপকো সৃষ্ট বানৰ কৱলত সৰুপথাৰৰ ২৫ খন গাঁও, হাহাকাৰ বন্যাৰ্তৰ

ETVBHARAT 2025-09-18

Views 3

জিলা প্ৰশাসন আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বান শিবিৰত খাদ্য সামগ্ৰীৰ লগতে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে ।

Share This Video


Download

  
Report form
RELATED VIDEOS