জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিবলৈ পৰিয়ালে যি বিচাৰে তাকেই কৰাৰ আশ্বাস উদ্যোগপতি গৌতম আদানিৰ

ETVBHARAT 2025-09-29

Views 4

জুবিন গাৰ্গৰ বাসগৃহত পুত্রৰ সৈতে উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানি ৷ দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আদানি আৰু পুত্ৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS