লুইতকণ্ঠৰ কায়িক বিদায়হে এয়া, বংগৰ সন্তান দীপেন্দ্ৰৰ হৃদয়ত এতিয়াও জীয়াই আছে জুবিন

ETVBHARAT 2025-10-01

Views 13

আলিপুৰদুৱাৰৰ দীপেন্দ্ৰ মৰমৰ শিল্পীৰ অকাল মৃত্যুত বিধ্বস্ত হৈ পৰিছে । 'ৰাইজৰ শিল্পী' জুবিনে মঞ্চত তেওঁৰ সৈতে 'মায়াবিনী' গীতটি গাইছিল । শুভদীপ বৰ্মনৰ এক প্ৰতিবেদন-

Share This Video


Download

  
Report form
RELATED VIDEOS