শেষ হ'ল জুবিন গাৰ্গ অভিনীত শেষৰখন ছবিৰ দৃশ্যগ্ৰহণ, ৰাইজৰ মাজলৈ ছবিখনৰ প্ৰথমটো গীত

ETVBHARAT 2025-10-07

Views 21

৩১ অক্টোবৰতে মুক্তি লাভ কৰিব জুবিন গাৰ্গ অভিনীত শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে' । মুক্তি দিয়া হ'ল ছবিখনৰ প্ৰথমটো গীত ।

Share This Video


Download

  
Report form
RELATED VIDEOS