মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰিলে হাগ্ৰামা মহিলাৰীয়ে

ETVBHARAT 2025-10-10

Views 3

আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে মুঠ ৩৬ গৰাকী পাৰিষদে । প্ৰটেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে শপত বাক্য পাঠ কৰায় পাৰিষদসকলক ।

Share This Video


Download

  
Report form
RELATED VIDEOS