নিষিদ্ধ হ’ব বীৰ লাচিত সেনা ! মুখ্যমন্ত্ৰীৰ ৰোষত এইবাৰ শৃংখল বাহিনী

ETVBHARAT 2025-10-27

Views 2

আলফাৰ দৰে লাচিত সেনাকো নিষিদ্ধ ঘোষণা কৰিবলগীয়া হ'ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে ।

Share This Video


Download

  
Report form
RELATED VIDEOS