এনেকুৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ! জনজাতিকৰণৰ দাবীত পোহৰ হৈ উঠিল মৰাণ

ETVBHARAT 2025-10-29

Views 1

জনজাতিকৰণৰ দাবীত অবিৰত প্ৰতিবাদ টাই আহোম সমাজৰ । মুখ্যমন্ত্ৰীৰ ললীপপ, মিছা প্ৰতিশ্ৰুতি দিয়াৰ ব্যৱস্থা আৰু নচলিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ ।

Share This Video


Download

  
Report form
RELATED VIDEOS